STUDENT’S ON THE SPOT STORY WRITING COMPETITION, 2018


Few precious moments from the Student’s on the spot story writing competition, 2018 organized by Pallavi Barua Foundation

CHILDREN’S ON THE SPOT STORY WRITING COMPETITION, 2018:

(For photos CLICK HERE)

(For RESULTS  CLICK HERE)

A Children’s on the spot story writing competition was held on 19th of May, 2018 (Saturday) at 3 PM by Pallavi Barua Foundation at Maharishi Vidya Mandir Senior Secondary School at Silpukhuri, Guwahati. Children from class 5 to class 8 were eligible to participate in the competition. The participants were allowed to write either in English or Assamese. Participants were requested to carry their own pen and hardboard. Paper for writing was provided by the organizers. The time allotted was 1 hour and the theme of the story was “Maa” (Mother) which was given on the spot. The results of the competition will be declared within in a few days in newspapers, social media as well as  in the official website of the foundation (www.pallavi.pratimz.in). The winners will be awarded at a function later with a trophy, a certificate and a gift pack. Pallavi Barua Foundation is thankful to all the children and their guardians for making this competition a success. Kindly browse our official website or contact 98543-51370 if there are any queries regarding the same.

 

(বিঃ দ্ৰঃ ফটোৰ বাবে ইয়াত ক্লিক কৰক।)
(বিঃ দ্ৰঃ ফলাফল জানিবৰ বাবে ইয়াত ক্লিক কৰক।)

 

নৱপ্ৰজন্মৰ মাজত সাহিত্য চৰ্চাৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য আগত ৰাখি বিগত বৰ্ষৰ দৰেই এই বছৰো পল্লৱী বৰুৱা ন্যাসৰ উদ্যোগত ১৯ মে’, ২০১৮ তাৰিখ শণিবাৰে বিয়লি ৩ (তিনি) বজাত শিলপুখুৰী, গুৱাহাটীৰ মহৰ্ষি বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি চেমনীয়াৰ থিতাতে লিখা গল্প প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ল৷ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়েই অংশগ্ৰহন কৰিব পৰা এই প্ৰতিযোগিতা পঞ্চম শ্ৰেণীৰপৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হৈছিল৷  গল্প লিখাৰ মুঠ সময় ১ ঘণ্টা নিৰুপন কৰি গল্পৰ বিষয় “মা” নিৰ্ধাৰণ কৰি দিয়াৰ লগতে অন্য নিয়মাৱলীসমূহৰ বিষয়ে প্ৰতিযোগিতাস্থলীতে জনোৱা হৈছিল৷ পৰৱৰ্তী পৰ্য্যায়ত লেখাসমূহৰ মাজৰপৰা বিচাৰকসকলে প্ৰথম তিনিগৰাকী প্ৰতিযোগীক বাচনি কৰি উলিয়াব আৰু প্ৰতিযোগিতাৰ ফলাফল কেইদিনমানৰ ভিতৰতে খবৰ কাগজ, ন্যাসৰ ৱেবচাইট (www.pallavi.pratimz.in) তথা ছ’ছিয়েল মেডিয়াৰ মাধ্যমেৰে ঘোষণা কৰাৰ লগতে বিজেতাসকলক ট্ৰফী, মানপত্ৰ আৰু একোটাকৈ উপহাৰৰ টোপোলাৰে পুৰস্কৃত কৰা হ’ব৷ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ ব্যাপক যোগদানেৰে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আয়োজকসকল সকলোৰে প্ৰতি অতিশয় কৃতজ্ঞ। অন্যান্য যিকোনো তথ্যৰ বাবে এই চাইটৰ উপৰিও ৯৮৫৪১-৫১৩৭০ নম্বৰত যোগাযোগ কৰিব পাৰিব।


Leave a Reply

Your email address will not be published. Required fields are marked *