RESULT OF STUDENT’S ON THE SPOT STORY WRITING COMPETITION, MAY 19, 2018


SANGSTHITA SHARMA

CLASS-VII

ASSAM JATIYA BIDYALAY, NOONMATI, GUWAHATI

Jolly Bhattacharya &
 Prasanta Kumar Sharma

JAHNAVI DEVI

CLASS-VIII

MAHARISHI VIDYA MANDIR SENIOR SECONDARY SCHOOL, SILPUKHURI, GUWAHATI

Lovely Devi &
Mrigen Ch. Nath

ISHANIKA KASHYAP

CLASS-VII

MARIA’S PUBLIC SCHOOL, BIRKUCHI,  GUWAHATI

Karabi Hazarika &
Ranjit Hazarika

ADRITA KALITA

CLASS-VI

ST. MARY’S HIGHER SECONDARY SCHOOL, GUWAHATI

JONALI KALITA  &

NAKUL CH. KALITA

YASHVI KHEMANI

CLASS-VII

HOLY CHILD SCHOOL, GUWAHATI

MEENAKSHI KHEMANI &
ANUP KUMAR KHEMANI

(Date: 13-06-2018)

          Pallavi Barua Foundation is pleased to announce the results of the “Children’s on the spot story writing competition” held on May 19, 2018 (Saturday) at Maharishi Vidya Mandir Senior Secondary School, Guwahati. Children from class-V to class-VIII were eligible to participate in the competition. The participants were allowed to write  in either English or Assamese as per their choice.

The winner of the 1st prize is Sangsthita Sharma, a student of Class-VII from Assam Jatiya Bidyalay, Noonmati. The 2nd prize is jointly bagged by Jahnavi Devi, a student of Class-VIII from Maharishi Vidya Mandir, Silpukhuri and Ishanika Kashyap, a student of Class-VII from Maria’s Public School. Adrita Kalita, a Class-VI student from St. Mary’s Higher Secondary School, Guwahati secured the 3rd prize. A consolation prize has been awarded to Yashvi Khemani, a Class: VII student from Holy Child School, Guwahati. The foundation congratulates all the winners.

The winners will be awarded with a certificate, a trophy  and a gift packet. All the participants will be felicitated with a certificate. Participants and their guardians are requested to attend the prize distribution ceremony to be held on the 4th of July, 2018 at 4.00 PM in the meeting of All Assam Lekhika Samaroh Samiti, Guwahati Branch at Siddhinath Sharma Bhavan, Near District Library, Guwahati, Assam. Kindly check foundation’s website (www.pallavi.pratimz.in) or contact 98543-51370 if there is any query regarding the same.

Details of Prize Distribution ceremony at a glance:
Venue: Siddhinath Sharma Bhavan, Near District Library, Guwahati, Assam.
Date: July 4, 2018.
Time: 4.00 PM

(দিনাংকঃ ১৩-০৬-২০১৮

নৱপ্ৰজন্মৰ মাজত সাহিত্য চৰ্চাৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য আগত ৰাখি পল্লৱী বৰুৱা ন্যাসৰ উদ্যোগত ১৯ মে’, ২০১৮, শনিবাৰে গুৱাহাটীৰ মহৰ্ষি বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা “চেমনীয়াৰ থিতাতে লিখা গল্প প্ৰতিযোগিতাৰ” ফলাফল ঘোষণা কৰা হৈছে৷ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিব পৰা এই প্ৰতিযোগিতা পঞ্চম শ্ৰেণীৰপৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হৈছিল৷

প্ৰতিযোগিতাটিত প্ৰথম স্থান দখল কৰিছে নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তমমানৰ ছাত্ৰী সংস্থিতা শৰ্মাই। শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জাহ্নৱী দেৱী আৰু মাৰিয়া পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ঈশানীকা কাশ্যপে যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰিছে৷  তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ চেইণ্ট মেৰীজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আদ্ৰিতা কলিতাই৷ হলী চাইল্ড স্কুল, গুৱাহাটীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী য়শৱী খেমানীলৈ উদগনিমূলক বঁটা আগবঢ়োৱা হৈছে৷ ন্যাসৰ তৰফৰপৰা সকলো বিজেতালৈ আন্তৰিক অভিনন্দন৷

 

বিজেতাসকলক মানপত্ৰ আৰু ট্ৰফীৰ লগতে একোটাকৈ উপহাৰৰ টোপোলাৰে পুৰস্কৃত কৰাৰ লগতে সকলো প্ৰতিযোগীকে এখনকৈ মানপত্ৰৰে সন্মানিত কৰা হ’ব৷ সমূহ প্ৰতিযোগীৰ লগতে অভিভাৱকসকলক সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ ৪ (চাৰি) জুলাই, ২০১৮ তাৰিখ বুধবাৰে গুৱাহাটী জিলা পুথিভঁৰালৰ সমীপৰ সিদ্ধিনাথ শৰ্মা ভৱনত অনুষ্ঠিত হ’বলগীয়া বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিবলৈ ন্যাসৰ ফালৰপৰা অনুৰোধ জনোৱা হৈছে৷ অধিক তথ্যৰ বাবে ইচ্ছুকসকলে ন্যাসৰ ৱেবচাইট www.pallavi.pratimz.in চোৱাৰ লগতে 98543-51370 নম্বৰত যোগাযোগ কৰিব পাৰিব৷

থোৰতে বঁটা বিতৰণী অনুষ্ঠানৰ সবিশেষ:
স্থান: গুৱাহাটী জিলা পুথিভঁৰালৰ সমীপৰ সিদ্ধিনাথ শৰ্মা ভৱন৷
দিনাংক: ৪ (চাৰি) জুলাই, ২০১৮ (বুধবাৰ)
সময়: বিয়লি চাৰি বজা৷


Leave a Reply

Your email address will not be published. Required fields are marked *